ধেলপোঙাধেৎ

ধেলপোঙা দে (Assamese) [ Roman: dhel.po`.nga de]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-30
1. (Verb-Intran.) to float on water half-dead with the eyes turned up (said of a fish, in particular) আধা মৰা হৈ চকু লুটি খোৱা অৱস্থাত পানীৰ ওপৰত ভাঁহি থাক্ (মাছৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য)